- দৰং মহাবিদ্যালয়ৰ প্রশাসনিক ভৱনত অগ্নিকাণ্ড
- ভৱনটোৰ সৈতে সংলগ্ন পুৰণি গ্রন্থাগাৰত এই ঘটনা
- নিৰ্মাণৰত এটা প’ডকাষ্টৰ বাবে ভৱনটোত চলি আছিল ৱেল্ডিঙৰ কাম
- ৱেল্ডিঙৰ কামৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ
- পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই
- এই পৰ্যন্ত ক্ষয়–ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই
