- নিয়ম ভংগকাৰী তিনিখন বাৰৰ বিৰুদ্ধে কঠোৰ কামৰূপ মহানগৰ জিলা আয়ুক্ত
- সাময়িকভাৱে বাতিল দ্য লোকেলছ বাৰৰ অনুজ্ঞাপত্ৰ
- বাৰখনত যুৱতীক প্ৰহাৰৰ ঘটনাৰ প্ৰমাণ লাভ কৰিছে আৱকাৰী বিভাগে
- আন দুখন বাৰ ক্লাৱ ব্লু'ছ আৰু খাড়কা বাৰ কাম ৰেষ্টুৰেণ্টক বিহে জৰিমনা
- দুয়োখন বাৰকে ১লাখকৈ টকাৰ জৰিমনা বিহিলে জিলা আয়ুক্তই
