- উলুবাৰীৰ ইন্দিৰা IVF চেণ্টাৰত মহিলাৰ মৃত্যু
- ভুল চিকিৎসাৰ বাবে মহিলাগৰাকীৰ মৃত্যুৰ অভিযোগ
- বিগত এমাহ ধৰি চিকিৎসা চলি আছিল মহিলাগৰাকীৰ
- ১৯ ছেপ্টেম্বৰৰ নিশা চিকিৎসকে খাবলৈ দিছিল টেবলেট
- টেবলেট খোৱাৰ পাছতেই অসুস্থ হৈ পৰিছিল মহিলাগৰাকী
- ডাঃ দিব্যজ্যোতি গোস্বামীৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ
Tags:
National
