পাৰিবাৰিক সংঘাতৰ বাবেই চৰম পন্থা গ্ৰহণ কৰিলে গহপুৰৰ বিশিষ্ট সমাজকৰ্মী বিপুল ৰাজবংশীয়ে

 


  • গহপুৰৰ টেটোনবাৰীৰ বিশিষ্ট সমাজকৰ্মী তথা ত্ৰিমূৰ্তি জাতীয় বিদ্যালয়ৰ পৰিচালন সঞ্চালক বিপুল ৰাজবংশীৰ চৰম পন্থা।
  • ৰে'লৰ আগত পৰি চৰম পন্থা ল'লে বিপুল ৰাজবংশীয়ে।
  • পাৰিবাৰিক সংঘাতৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।
  •  তেওঁৰ মৃত্যুৰ খবৰত শোকস্তব্ধ বৃহত্তৰ টেটোনবাৰী অঞ্চল।
  • ইতিমধ্যে আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
  • উদ্ধাৰ কৰা হৈছে বিপুল ৰাজবংশীৰ মৃতদেহ। 

Post a Comment

Previous Post Next Post