- যোৰাবাটত কৃত্রিম বানৰ ফলত হাহাকাৰ পৰিবেশ।
- বানত বুৰিছে নমাইল, দহমাইল আৰু যোৰাবাট।
- কৃত্রিম বানৰ প্রতি লক্ষ্য ৰাখি যান–বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা।
- উজনিৰ পৰা গুৱাহাটী অভিমুখী বাহন ডিগাৰু হৈ সোমাব লাগিব।
- গুৱাহাটীৰ পৰা নামনি অভিমুখী বাহন কইনাধৰা পইণ্টেৰে ওলাই যাব লাগিব।
- গুৱাহাটীৰ পৰা উজনি অভিমুখী বাহনে নাৰেংগী হৈ ওলাই যাব পাৰিব।
