- ধুবুৰীৰ গৌৰীপুৰৰ বেপাৰীপট্টিত অৱস্থিত মৰাপাট গুদামত ভয়ংকৰ অগ্নিকাণ্ড।
- নিমিষতে জুইত জাহ গ’ল কেইবা লক্ষাধিক টকাৰ মৰাপাট।
- হঠাতে গুদামঘৰৰ ভিতৰৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ হুৱা-দুৱা।
- গৌৰীপুৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক উপস্থিত ঘটনাস্থলীত।
- অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়।
- অগ্নিকাণ্ডত ৪জন বেপাৰীৰ প্ৰায় ২০ লাখ টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ সন্দেহ।
- অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
- গৌৰীপুৰ আৰক্ষীয়ে উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।
