- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দিয়া এজনক আটক
- ফেচবুকত কমেন্টত ভাবুকি দিছিল ৰছিদুল হক নামৰ যুৱকজনে।
- যুৱকজনে ফেচবুকত মোবাৰক আলি নামেৰে ভুৱা একাউণ্ট খুলি দিছিল ভাবুকি।
- চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ অৰূপ পাঠকৰ নেতৃত্বত অভিযান চলাই ৰছিদুল হকক কেৰেলাৰ পৰা আটক।
- ৰছিদুল হকৰ ঘৰ নগাঁৱৰ ধিঙৰ বৰি চাপৰিত বুলি জানিব পৰা গৈছে।
