অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰহা আৰক্ষীৰ সফল অভিযান...

 


  • অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰহা আৰক্ষীৰ সফল অভিযান। 
  • ৰহাৰ টোলগেটত ৰহা আৰক্ষীয়ে জব্দ কৰে এখন গৰু ভৰ্তি বলেৰ' পিক আপ। 
  • ১৫টা গৰু নগাঁৱৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ চেষ্টা কৰিছিল গৰু সৰবৰাহকাৰী চক্ৰটোয়ে। 
  • গোপন সূত্ৰৰ পমখেদি ৰহা আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে আটক কৰে চালক কাচেম আলীক। 
  • জব্দ কৰা বাহনখনৰ নম্বৰ AS 32C 2909

Post a Comment

Previous Post Next Post