- কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল সম্বোধন
- কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ঘোষণা মুখ্যমন্ত্ৰীৰ-
- ‘প্ৰতিখন বাহনে অসম চৰকাৰক দিব লাগিব ৰাজহ’
- ‘ইয়াৰ বাবে আছাম মাইনৰ মিনাৰেল কনছেচন ৰূলৰ সংশোধনীৰ প্ৰস্তাৱ’
- ‘আমূলক বিশ্বনাথ চাৰিআলিৰ ৩৩ বিঘা ভূমি আৱণ্টনৰ সিদ্ধান্ত’
- ‘ক্ষুদ্ৰ উদ্যোগক সহায়ৰ বাবে বিশেষ বিধেয়ক উপস্থাপন কৰা হ’ব’
- ‘ক্ষুদ্ৰ উদ্যোগৰ বাবে পঞ্জীয়নৰ ক্ষেত্ৰত বিশেষ ৰেহাই’
- ‘৩ বছৰ পৰ্যন্ত অনুমতি অবিহনে চলিব পাৰিব ক্ষুদ্ৰ উদ্যোগ’
- ‘প্ৰদূষণ সৃষ্টি নকৰা ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰতহে এই ৰেহাই দিয়া হ’ব’
- ‘উদ্যোগ পামত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত দিয়া হ’ব বিশেষ ৰেহাই’
- ‘গুৱাহাটী ছেটেলাইট চিটী ডেভেল’পমেণ্ট অথৰিটী বিলত অনুমোদন’
- ‘চৰকাৰৰ উদ্যোগত গুৱাহাটীত হ’ব ছেটেলাইট চিটী’
- ‘আদানী-আম্বানীয়ে গুৱাহাটীত নিৰ্মাণ নকৰে ছেটেলাইট চিটী’
- ‘সত্ৰৰ ওচৰত মাটি কিনাৰ ক্ষেত্ৰত থকা নিয়মত অনা হ’ব সংশোধনী’
- ‘কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ মতে অনা হ’ব সংশোধনী’
- ‘বৰপেটা, মাজুলী, বটদ্ৰৱা আদি স্থানত মাটি কিনাৰ ক্ষেত্ৰত আছিল বিশেষ নিয়ম’
- ‘৩টা প্ৰজন্মৰ প্ৰমাণ থকা লোকেহে মাটি কিনিব পৰা নিয়ম আছে’
- ‘ৰাজহ আইনৰ এই নিয়মৰ ক্ষেত্ৰত অনা হ’ব সংশোধনী’
- ‘বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব’
