মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ডঃ প্ৰেমিকৰ হাতত প্ৰাণ গ'ল প্ৰেয়সীৰ

 


  • গুৱাহাটীৰ হাতীগাঁও শেৱালি পথত চাঞ্চল্যকৰ হত্যাকাণ্ড
  • ভাড়াঘৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ
  • প্রেমিকে হত্যা কৰাৰ সন্দেহ যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ
  • নিশা প্রেমিকৰ সৈতে আছিল যুৱতীগৰাকী
  • আকাশ প্রসাদ নামৰ এজন যুৱকৰ সৈতে সম্পৰ্ক আছিল যুৱতীগৰাকীৰ
  • যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে
  • ইতিমধ্যে আকাশ প্রসাদক গ্রেপ্তাৰ কৰে হাতীগাঁও আৰক্ষীয়ে

Post a Comment

Previous Post Next Post