- লংকাৰ লংকাজান নতুন বজাৰত সংঘটিত পথ দুৰ্ঘটনা
- দ্ৰুতবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজন লোক
- আঘাতপ্ৰাপ্ত লোকজন হুছেইন আলী নামৰ ৬৫ বছৰীয়া এজন ব্যক্তি
- ই-ৰিক্সা বাহনত পৰা নামি ভাড়া দি থকা অৱস্থাত দ্ৰুতবেগী বাইকে মহতিয়াই নিয়ে লোকজনক
- লোকজনক দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীত বাইকখন পেলাই পলায়ন আৰোহীগৰাকীৰ
- ইতিমধ্যেই আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে
- ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে
