গৌৰীপুৰত চোৰাং গৰুসহ বাহন জব্দ

 




  • ধুবুৰী গৌৰীপুৰত চোৰাং গৰুসহ বাহন জব্দ ।
  • ১৭নং ৰাষ্ট্রীয় ঘাইপথত আঠানি আৰক্ষীৰ অভিযানত জব্দ গৰুভৰ্তি  আই- ২০ বাহন ।
  • মণিপুৰ পেট্ৰল পাম্পৰ সন্মুখত এই অভিযান ।
  • আৰক্ষীৰ অভিযানৰ উমান পাই বাহন ৰখাই চোৰাং গো-মাফিয়াৰ পলায়ন ।
  • বিলাসীপাৰা পৰা ধুবুৰীলৈ চোৰাং ভাবে গৰু সৰবৰাহ কৰাৰ চেষ্টা গো-মাফিয়াৰ ।
  • জব্দকৃত বাহন খনৰ নম্বৰ AS-01-AV-2320
  • বাহনখন জব্দ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ ।

Post a Comment

Previous Post Next Post