- মহানগৰীত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ভয়ংকৰ কাণ্ড
- বিদ্যালয়খনৰ ৭৫গৰাকী ছাত্রী, শিক্ষয়িত্রীৰ অশ্লীল ফটো প্রস্তুত
- অশ্লীল ফটো প্রস্তুত কৰি ভাইৰেল কৰিছে এজন ছাত্রই
- টেলিগ্রাম এপৰ জৰিয়তে ধনৰ বিনিময়ত বিক্রী কৰিছিল ফটোসমূহ
- সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সমগ্র কাণ্ড
- ছাত্রজনৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা গ্রহণ কৰি নিলম্বিত কৰিছে স্কুল কৰ্তৃপক্ষই
- POCSO আইনৰ অধীনত এখন তদন্ত কমিটী গঠন কৰি আৰম্ভ কৰিছে তদন্ত
- ভুক্তভোগী ছাত্রীৰ একাংশ অভিভাৱক কাষ চাপিছে অপৰাধ শাখাৰ
