প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত আজি নীতি আয়োগৰ গৱৰ্ণিং কাউন্সিলৰ বৈঠক

 


  • আজি নীতি আয়োগৰ গৱৰ্ণিং কাউন্সিলৰ বৈঠক
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব বৈঠক
  • মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো অংশ ল’ব বৈঠকত
  • এই বৈঠকত সাধাৰণতে দেশৰ দীৰ্ঘম্যাদী বিকাশৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিতং আলোচনা কৰা হয়। 
  • ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন সম্পূৰ্ণ বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য আৰু তাৰ বাবে ৰাজ্যসমূহৰ ভূমিকা।
  • দেশৰ অৰ্থনীতিক অধিক শক্তিশালী কৰা, নিয়োগ সৃষ্টি আৰু যোগাযোগ ব্যৱস্থা (ৰাস্তা-ঘাট, ৰে’লৱে, ডিজিটেল আন্তঃগাঁথনি) উন্নয়ন।
  • কৃষকসকলৰ আয় বৃদ্ধি কৰা, আধুনিক কৃষি পদ্ধতিৰ প্ৰসাৰ আৰু গ্ৰাম্য অৰ্থনীতিৰ সলনি কৰা।
  • মানৱ সম্পদৰ বিকাশৰ বাবে মানসম্পন্ন শিক্ষা আৰু সকলোৰে বাবে সুলভ স্বাস্থ্য সেৱা নিশ্চিত কৰা।
  • কেন্দ্ৰীয় আঁচনিসমূহ ৰাজ্যত কেনেকৈ অধিক ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব পাৰি, তাৰ পৰ্যালোচনা।

Post a Comment

Previous Post Next Post