মেট্ৰিকৰ পিছত এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী প্ৰকাশ


 

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে আজি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচীও ঘোষণা কৰিছে। এই সময়সূচী অনুসৰি, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হ’ব।



Post a Comment

Previous Post Next Post