Lovlina Borgohain : পেৰিছ অলিম্পিকৰ পৰা বিদায় ল’লে অসম কন্যা লাভলীনা বৰগোঁহাই


 

পেৰিছ অলিম্পিকৰ পৰা বিদায় ল’লে অসম কন্যা লাভলীনা বৰগোঁহাই। চীনৰ প্ৰতিদ্বন্দ্বী লি কিয়ানৰ হাতত পৰাস্ত লাভলীনা বৰগোঁহাই। কোৱাৰ্টাৰ ফাইনেলতে থমকি ৰ’ল লাভলীনা বৰগোঁহাই। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনাই। ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে অলিম্পিক পদক লাভৰ পৰা ব্যৰ্থ হ’ল লাভলীনা বৰগোঁহাই।

Post a Comment

Previous Post Next Post