মেষ ৰাশি : শ্ৰীগণেশে কৈছে, আজিৰ দিনটোত পাবলগীয়া টকা আদায়ত সফল হ’ব। ব্যৱসায়িক ভ্ৰমণ লাভজনক হ’ব। বিচক্ষণতাৰ সৈতে কাম কৰিব লাগিব, তেতিয়া লাভ বাঢ়িব। অপ্ৰয়োজনীয় সামগ্ৰীৰ প্ৰতি মন নিদিয়াই ভাল। বিনিয়োগৰ পৰা মুনাফা লাভ কৰিব। চাকৰিত অগ্ৰগতি হ’ব। ব্যৱসায়ৰ গতি বৃদ্ধি পাব। উদ্বেগ থাকিব পাৰে, ক্লান্তিও থাকিব। কিন্তু অসতৰ্ক হ’লে নহ’ব।
শুভ ৰং : মেৰুনশুভ সংখ্যা : ৪
শুভ ৰং : কমলা
শুভ সংখ্যা : ২
শুভ ৰং : বগা
শুভ সংখ্যা : ১৭
শুভ ৰং : বাদামী
শুভ সংখ্যা : ১৬
শুভ ৰং : গুলপীয়া
শুভ সংখ্যা : ১১
শুভ ৰং : গাঢ় সেউজীয়া
শুভ সংখ্যা : ৬
তুলা ৰাশি : শ্ৰীগণেশে কৈছে, আজিৰ দিনটোত শাৰীৰিক কষ্টৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। লেনদেনৰ সময়ত খৰখেদা নকৰিব। কাৰ্নিভেলত অংশগ্ৰহণৰ সুযোগ পাব। ভ্ৰমণ আনন্দদায়ক হ’ব। সুস্বাদু খাদ্য উপভোগ কৰিব তুলা ৰাশিৰ জাতক-জাতিকাসকলে। শিক্ষাৰ্থীসকলে সফলতা লাভ কৰিব। প্ৰভাৱশালী ব্যক্তিসকলৰ পৰা কোনো নিৰ্দেশনা আহিব পাৰে। সুস্থ থকাক অগ্ৰাধিকাৰ দিয়া উচিত। বিবাদত নোসোমাব।
শুভ ৰং : নীলা
শুভ সংখ্যা : ৭
বৃশ্চিক ৰাশি : শ্ৰীগণেশে কৈছে, আজিৰ দিনটোত মাটি-বাৰী কিনা-বেচাৰ পৰিকল্পনা হ’ব পাৰে। কৰ্মসংস্থাপনৰ প্ৰচেষ্টা সফল হ’ব। আৰ্থিক দিশৰ পৰা অনুকূল সময়। অৰ্থনৈতিক অৱস্থাৰ অগ্ৰগতি হ’ব। সঞ্চিত সম্পদ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত অনুকূল পৰিস্থিতি থাকিব। ব্যৱসায়ত লাভৰ যোগ আছে। শ্বেয়াৰ বজাৰ আদিৰ পৰা প্ৰচূৰ লাভ হ’ব পাৰে। পৰিয়ালক লৈ দুশ্চিন্তা থাকিব।
শুভ ৰং : নেভী ব্লু
শুভ সংখ্যা : ৩
ধনু ৰাশি : শ্ৰীগণেশে কৈছে, আজিৰ দিনটোত প্ৰতিযোগিতা কম থাকিব। পাতল কথা-বাৰ্তা এৰাই চলা উচিত। মুখৰ পৰা যাতে অপ্ৰয়োজনীয় কথা নোলায়। পৰিস্থিতি আৰু অধিক বেয়া হ’ব পাৰে। শত্ৰুৰ ভয় থাকিব। আদালতৰ কাম ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে অনুকূল হ’ব। পত্নীৰ পৰা সমৰ্থন পাব। ব্যৱসায়ত লাভ হ’ব। ঘৰে-বাহিৰে সুখ থাকিব। মহিলাসকলৰ সমৰ্থন লাভ কৰিব। চাকৰি আৰু বিনিয়োগৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে।
শুভ ৰং : ক’লা
শুভ সংখ্যা : ১১
মকৰ ৰাশি : শ্ৰীগণেশে কৈছে, আজিৰ দিনটোত শত্ৰু ভয় থাকিব। জৱন সংগীৰ স্বাস্থ্যক লৈ উদ্বেগ থাকিব পাৰে। বিবাদৰ বাবে মনোকষ্ট হ’ব। যান-বাহন আৰু যন্ত্ৰপাতি ব্যৱহাৰৰ সময়ত সতৰ্ক থাকিব লাগিব। মূল্যৱান সামগ্ৰী নিৰাপদে ৰখা উচিত। পিছত অনুতপ্ত হ’ব পৰা ধৰণৰ কোনো কাম নকৰিব। আনে আপোনাৰ পৰা অধিক আশা কৰিব। নেতিবাচক কথাই ঘেৰি ধৰিব পাৰে।
শুভ ৰং : বেঙুনীয়া
শুভ সংখ্যা : ১৮
কুম্ভ ৰাশি : শ্ৰীগণেশে কৈছে, আজিৰ দিনটোত ধৰ্ম-কৰ্মত আগ্ৰহ বাঢ়িব। আদালতৰ কাম আপোনাৰ পক্ষে থাকিব। ৰোগ আরু আঘাত এৰাই চলিব লাগিব। স্বাস্থ্যৰ যত্ন লোৱা প্ৰয়োজন। বেয়া মানুহৰ পৰা ক্ষতি হ’ব পাৰে। বিবাদ এৰাই চলিব লাগিব। ব্যৱসায় বৃদ্ধি হ’ব। চাকৰিত কনিষ্ঠসকলৰ সহযোগিতা লাভ কৰিব। বিনিয়োগৰ পৰা লাভ হ’ব। পৰিয়ালত সুখ থাকিব।
শুভ ৰং : মেজেণ্টা
শুভ সংখ্যা : ৯