ডিব্ৰুগড়ত কথমপি প্ৰাণ ৰক্ষা পৰিল শতাধিক লোকৰ। ডিব্ৰুগড়ত চলন্ত ৰে’লৰ ইঞ্জিন পৰা বিচিন্ন হ’ল দবা। ডিব্ৰুগড়ৰ চাউলখোৱাত কপলিং ছিঙিল কামৰূপ এক্সপ্ৰেছৰ। চলন্ত অৱস্থাতে 15960 নং কামৰূপ এক্সপ্ৰেছৰ ইঞ্জিন আৰু দবা বিচিন্ন হৈ পৰিল। দবা এৰি কেৱল ইঞ্জিন আগবাঢ়ি আহিল কামৰূপ এক্সপ্ৰেছৰ। উল্লেখ্য একেটা ট্ৰেকতে ৰাজধানী এক্সপ্ৰেছ যাব লগা আছিল। ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ডিব্ৰুগড়।
ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ ঘটনা! চলন্ত অৱস্থাতে যাত্ৰীবাহী ৰে’লৰ ইঞ্জিনৰ পৰা বিচ্ছিন্ন হ’ল দবা
byE News Assam Desk
•
0
.jpg)