ডিব্ৰুগড় অভিমুখী ৰে’ল দুৰ্ঘটনাত পতিত, ১২টাকৈ ডবা লাইনচ্যুত

 


পুনৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ৰে’ল দুৰ্ঘটনাটো। চণ্ডীগড়-ডিব্ৰুগড় ৰে’লখন দুৰ্ঘটনাত পতিত হৈছে। উত্তৰ প্ৰদেশৰ গোণ্ডাত সংঘটিত হয় এই দুৰ্ঘটনা।

১৫৯০৪ নম্বৰ ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লখন পতিত হয় দুৰ্ঘটনাত। দুৰ্ঘটনাৰ ফলত ৰে’লখনৰ ১২টা ডবা লাইনচ্যুত হয়। এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ আহিছে।

Post a Comment

Previous Post Next Post