২২ জানুৱাৰীত ৰাজ্যত অৰ্ধছুটী ঘোষণা, বন্ধ থাকিব চৰকাৰী কাৰ্যালয়


 

২২ জানুৱাৰীৰ দিনটোত ৰাজ্যত অৰ্ধ বন্ধৰ দিন ঘোষণা ৰাজ্য চৰকাৰৰ ৷ ৰাজ্যৰ সকলো চৰকাৰী শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয় আবেলি ২:৩০ বজালৈ বন্ধ থাকিব ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে এই ঘোষণা ৰাজ্য চৰকাৰৰ।

Post a Comment

Previous Post Next Post