ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিলে কোনে?

 


ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া সাঁতোৰবিদ ৰূপে গৌৰৱ অৰ্জন কৰিলে এলভিছ হাজৰিকাই।

কলকাতাৰ ৰিমো সাহাৰ সৈতে ৰীলেত অংশ লৈ হাজৰিকাই ইংলেণ্ডৰ পৰা ফ্ৰান্স আৰু পুনৰ ইংলেণ্ডত ইংলিছ চেনেল সাঁতুৰি উপস্থিত হয়।

মুঠ ৩১ ঘণ্টাত মুঠ ৭৮ কিলোমিটাৰ সাঁতুৰি হাজৰিকাই অৰ্জন কৰে এই খ্যাতি। হাজৰিকাই প্ৰথমগৰাকী অসমীয়া সাঁতোৰবিদ, যিয়ে উভয় দিশৰ পৰা ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছে।


Post a Comment

Previous Post Next Post