গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত ভয়ংকৰ ঘটনা। কথমপি প্ৰাণ ৰক্ষা পৰিল দুই মন্ত্ৰীৰ। দুই মন্ত্ৰী ভ্ৰমণ কৰা বিমানত কাৰিকৰী বিজুতি। বিমানখনত আছিল মন্ত্ৰী ৰণজিত কুমাৰ দাস আৰু বিমল বৰা। ডিব্ৰুগড় অভিমুখী ইণ্ডিগ’ বিমানখনৰ ইঞ্জিন বিকল।
ডিব্ৰুগড়ৰ আধাৰশিলাৰ এক অনুষ্ঠানলৈ গৈ আছিল দুয়োগৰাকী মন্ত্ৰী। বিমানখনৰ এটা উইঙত সংঘটিত হয় এই কাৰিকৰী বিজুতি। ৰানৱে’ত ধৰা পৰে বিমানখনৰ বিজুতি। বিমানখন মেৰামতিৰ পিছতে উৰা মাৰিব ডিব্ৰুগড়লৈ।
