মকৰ ৰাশিৰ মনত চিন্তা, কুম্ভ আৰু মীন ৰাশিৰ লোকসকলে কথা কওঁতে সাৱধান হওক!

 


মকৰ ৰাশি

সতেজতা আৰু শক্তিৰ অভাৱৰ বাবে আপুনি অস্বস্তি অনুভৱ কৰিব। মনত উদ্বেগ অনুভৱ হ’ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মতবিৰোধ বা বিবাদৰ বাবে মনত দুখ থাকিব। আপুনি সময়মতে খাদ্য আৰু ভাল টোপনিৰ পৰা বঞ্চিত হ’ব। ধন ব্যয় আৰু অপচয় ৰোধ কৰা উচিত।

কুম্ভ ৰাশি

আজি আপুনি উদ্বেগৰ পৰা সকাহ অনুভৱ কৰিব। আপোনাৰ উৎসাহ বৃদ্ধি হ’ব। বন্ধু আৰু আত্মীয়ৰ পৰা লাভান্বিত হ’ব পাৰে। বন্ধ আৰু প্ৰিয়জনৰ সৈতে আনন্দ উপভোগ কৰিব। আপুনি প্ৰিয়জনৰ ঘনিষ্ঠতা আৰু বৈবাহিক জীৱনৰ মধুৰতা উপভোগ কৰিবলৈ সক্ষম হ’ব। বিত্তীয় লাভ আৰু সমাজত সন্মান লাভ কৰিবলৈ সক্ষম হ’ব।

মীন ৰাশি

আজি বক্তব্যৰ ওপৰত সংযম ৰাখিব লাগিব। খঙৰ বাবে কাৰোবাৰ সৈতে তৰ্ক বা বিভেদ হোৱাৰ সম্ভাৱনা আছে। আপুনি শাৰীৰিক কষ্ট অনুভৱ কৰিব। চকুৰ বিশেষ যত্ন ল’ব। পৰিয়ালৰ সদস্যসকলে ঘৰখনত প্ৰতিবাদৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। ভুল ঠাইত ব্যয় কৰিব। যাতে নেতিবাচক চিন্তাই আপোনাৰ মনত প্ৰাধান্য নাপায় তাৰ প্ৰতি গুৰুত্ব দিয়ক। খোৱা–লোৱাত সংযম ৰাখিব। আজিৰ দিনটো ভাবি–চিন্তি আগবাঢ়ক।

Post a Comment

Previous Post Next Post