ছেপ্টেম্বৰ মাহৰ ১৫ টা দিন অসম চৰকাৰ গাঁৱত থাকিব। ১৫ গাঁৱত সকলো মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী থাকিব। সকলোৰে ঘৰে ঘৰে সোধা হ’ব চৰকাৰী সুবিধা পাইছে নে নাই ? নোপোৱাসকলৰ নাম তালিকা কৰা হ’ব।অসম চৰকাৰৰ নিৰ্বাচিত ৫ হাজাৰ বিষয়া গাঁৱত থাকিব। ১৫ টা আঁচনি গাঁৱৰ সকলো লোকে পাব লাগে। তাৰ বাবে এই ব্যৱস্থা কৰা হ’ব। মন্ত্ৰী,বিধায়ক,এম পি আৰু বিৰোধীও যোগ দিব পাৰিব। নির্বাচিত বিষয়াসকলে তিনি দিন থাকিব। কোনো লোকে আই বি বা অন্যত থাকিব নোৱাৰিব। সকলোৱে গাঁৱৰ মানুহে য’ত ৰাখে তাত থাকিব। মুখ্যমন্ত্ৰীও ১৫ দিন ১৫ ৰাতি থাকিব। এম এল এ আৰু এম পি ৭ দিন থাকিব। আজিৰ কেবিনেট বৈঠকত এই কথা আলোচনা কৰা হয়।