ৰাজ্যৰ সকলো বিদ্যালয়লৈ SEBAৰ কঠোৰ নিৰ্দেশনা৷ ছেবাৰ প’ৰ্টেলত আপলোড কৰিব লাগিব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ নম্বৰ৷ ৩১ মে’ৰ পূৰ্বে আপলোড কৰিবলৈ নিৰ্দেশনা ছেবাৰ৷ বছৰেকীয়া পৰীক্ষাৰ নম্বৰ প’ৰ্টেলত আপলোড কৰিবলৈ জাননী৷ প’ৰ্টেলত পৰীক্ষাৰ নম্বৰ আপলোড নকৰিলে বহিব নোৱাৰিব মেট্ৰিকত৷ নতুন শিক্ষানীতিৰ আধাৰত এই নিৰ্দেশনা ছেবাৰ৷
ৰাজ্যৰ সকলো বিদ্যালয়লৈ SEBAৰ কঠোৰ নিৰ্দেশনা, ৩১ মে’ৰ পূৰ্বে কৰিব লাগিব এই কাম
byE News Assam Desk
•
0
