ৰাজস্থানত গ্ৰেপ্তাৰ IAS শেৱালী দেৱী শৰ্মা। SCERT কেলেংকাৰীত অভিযুক্ত শেৱালী দেৱী শৰ্মা। ১০৫ কোটি টকীয়া কেলেংকাৰীত জড়িত শেৱালী দেৱী শৰ্মা। শেৱালীৰ লগতে গ্ৰেপ্তাৰ আন ৩ জনকো। গ্ৰেপ্তাৰ কৰা হৈছে জোঁৱায়েক অজিত পাল সিং, বন্ধু আমিন আৰু চাকৰ মাজনী কাইথাক।
ৰাজস্থানৰ আজমেৰৰ ক্ৰছলেণ্ড হোটেলৰ পৰা গ্ৰেপ্তাৰ চাৰিওকে। আজি স্থানীয় আদালতত হাজিৰ কৰোৱা হ’ব আটাইকে। আটাইকেইজনকে ট্ৰেনজিত ৰিমাণ্ডত লৈ অনা হ’ব গুৱাহাটীলৈ।
Tags:
National
