কলঙত উদ্ধাৰ প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাৰ অৰ্ধগলিত মৃতদেহ


 

নগাঁও চহৰৰ মাজৰআটিত উদ্ধাৰ মহিলাৰ মৃতদেহ। কলং নৈত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো মাজৰআটিৰ মাকণ দেৱী নামৰ এগৰাকী ৭০ বছৰীয়া মহিলাৰ বুলি চিনাক্ত কৰা হৈছে। ৩ দিন পূৰ্বে প্ৰাতঃভ্ৰমণ কৰিবলৈ আহি নিখোঁজ হৈছিল মহিলাগৰাকী। এই ঘটনাক লৈ নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Post a Comment

Previous Post Next Post