ন্যায়িক জিম্মালৈ প্ৰেৰণ SCERT কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাক


 

আজি বিশেষ আদালতত হাজিৰ কৰা হৈছিল SCERT কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাক।


অৱশেষত বিশেষ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে SCERT কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাক। উল্লেখযোগ্য যে, ইতিমধ্যে ১২ দিনৰ মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ জিম্মাত আছিল অভিযুক্ত IAS বিষয়াগৰাকী।

Post a Comment

Previous Post Next Post