যোৱা কেইবছৰমানত, লোকসকলে নগদ ধনতকৈ অনলাইন পৰিশোধ বেছি কৰিছে।যোৱা কেইবছৰমানত, লোকসকলে নগদ ধনতকৈ অনলাইন পৰিশোধ বেছি কৰিছে।মানুহে আজিকালি দোকানলৈ গ'লে বা কিবা কিনিবলৈ গ'লে Scan & Pay কৰা পৰিলক্ষিত হয়।
কিন্তু কেতিয়াবা আপুনি ভুলকৈ অধিক টকা বা ভুল নম্বৰত ধন পঠিয়াব পাৰে।
যদি এনে ধৰণৰ কিবা ঘটে, গুগল পে, ফোন পে বা পেটিএমৰ গ্ৰাহক সেৱাত কল কৰক।যদি ইউ.পি.আই., নেট বেঙ্কিংত ভুল পৰিশোধ হয় তেন্তে কি কৰিব? তেনে ক্ষেত্ৰত, 18001201740 নম্বৰত প্ৰথমে কল কৰক।যদি বেঙ্কে সহায় নকৰে, আৰ.বি.আই.-ৰ bankingombudsman.rbi.org.in অভিযোগ দাখিল কৰিব পাৰিব।
Tags:
National
