আজি জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ বিয়া


 

আজি জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ বিয়া। জীৱনৰ নতুন পথত খোজ দিব অভিনেত্ৰীগৰাকীয়ে।ৰিম্পী দাসৰ পাণি গ্ৰহণ কৰিব গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী বিনয় তালুকদাৰে।গুৱাহাটীতে অনুষ্ঠিত হ’ব ৰিম্পীৰ বিবাহৰ অনুষ্ঠান।৫ মে’ত অনুষ্ঠিত হ’ব বিয়াৰ ৰিচেপশ্যন।

মঙলবাৰে অনুষ্ঠিত হয় ৰিম্পীৰ বিয়াৰ মেহেন্দী অনুষ্ঠান।

Post a Comment

Previous Post Next Post