৭ মে’ৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব?


 

মেষ : আপোনাৰ স্বাস্থ্যৰ বাবে কিছু চিন্তিত হ'ব লাগিব পাৰে। আজি কথা কোৱাত সংযম ৰাখিব। ব্যৱসায়ত ডাঙৰ লোকচান হ'ব হোৱাৰ সম্ভাৱনা আছে। যিকোনো নতুন কাম সম্পূৰ্ণ ভাবি চিন্তি কৰিব।


বৃষ : আপোনাৰ বিত্তীয় অৱস্থা ভাল হ’ব। নতুন কাম এটা হোৱা বাবে মন সুখী হ’ব। ঘৰত শুভ কাৰ্যসূচীৰ সম্ভাৱনা আছে। কাৰোবাৰ সৈতে এক নতুন অংশীদাৰীত্ব আৰম্ভ হ’ব পাৰে।

মিথুন : আপোনাৰ মনত চলি থকা পুৰণি কামৰ পৰিকল্পনা সম্পূৰ্ণ হ’ব। ব্যৱসায়ত এক নতুন অংশীদাৰীত্ব আৰম্ভ হ'ব পাৰে।

কৰ্কট : আপুনি বিবাদৰ পৰা আঁতৰি থাকিব। অপ্ৰয়োজনীয় কামত ধন হেৰুৱাব পাৰে, ব্যৱসায়ত উত্থান-পতনৰ পৰিস্থিতি থাকিব। যিকোনো ডাঙৰ লেনদেন অংশীদাৰিত্বৰ বাবে এইটো সঠিক সময় নহয়।

সিংহ : আজি ব্যৱসায়ত কোনো ডাঙৰ বিপদাশংকা নল’ব। আপুনি কোনো নিৰ্দিষ্ট কামৰ বাবে বাহিৰলৈ যাব লগা হ’ব পাৰে, ভ্ৰমণত সাৱধান থাকিব। স্বাস্থ্যৰ যত্ন ল’ব।

কন্যা : কন্যা ৰাশিৰ লোকলকলে আজি নতুন কাম আৰম্ভ কৰিব পাৰে। আপোনাৰ মন আধ্যাত্মিকতাৰ ফালে থাকিব। আপুনি পৰিয়ালত শুভ কামৰ খবৰ পাব, ঘৰত কোনো নিৰ্দিষ্ট ব্যক্তিৰ আগমনত মন সুখী হ'ব, আপুনি ব্যৱসায়ত লাভ পোৱাৰ সম্ভাৱনা আছে।

তুলা : আপোনাৰ পুৰণি বিবাদৰ সমাপ্তিত হ’ব পাৰে। পৰিয়ালত সন্মান বৃদ্ধিৰ লগতে প্ৰিয়জনৰ মৰম আৰু সমৰ্থন লাভ কৰিব। ব্যৱসায়ত নতুন সুযোগ উপলব্ধ হ’ব পাৰে। আপুনি আজি পৈতৃক সম্পত্তি পোৱাৰ সুযোগ আছে।

বৃশ্চিক : অপ্ৰয়োজনীয় কামত খৰধৰৰ বাবে শাৰীৰত বিষ হ’ব পাৰে। ব্যৱসায়ত উত্থান-পতনৰ বাবে মন বিচলিত থাকিব। আজি কোনো নতুন কাম আৰম্ভ নকৰিব।

ধনু : আজি ভ্ৰমণ কৰিলে সাৱধান হ’ব লাগিব। আপুনি গাড়ী চলোৱা পৰিহাৰ কৰিব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। ব্যৱসায়ত লোকচানৰ সন্মুখীন হ’ব লাগিব পাৰে।

মকৰ : আজি এটা নতুন কামত বিনিয়োগ কৰিব পাৰে। পাৰিবাৰিক জীৱনত আপোনাৰ পত্নীৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হ’ব লাগিব পাৰে। ব্যৱসায়ত নতুন বিনিয়োগ কৰিব পাৰিব। বিত্তীয় পৰিস্থিতি শক্তিশালী হোৱাৰ সম্ভাৱনা আছে।

কুম্ভ : আজিৰ দিনটোত আপুনি নতুন ভাল খবৰ পাব পাৰে। ব্যৱসায়ত লাভ হোৱাৰ পৰিস্থিতি হ’ব পাৰে। আপোনাৰ সম্পত্তি সম্পৰ্কীয় বিবাদ সমাপ্ত হ’ব পাৰে। আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব।

মীন : আপোনাৰ স্বাস্থ্যৰ বাবে চিন্তিত হ’ব লাগিব পাৰে। ব্যৱসায়ত এটা ডাঙৰ চুক্তি হেৰুৱাব লগা হ’ব পাৰে। অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা আঁতৰি থাকিব পাৰে।

Post a Comment

Previous Post Next Post