কৰ্ণাটকত কংগ্ৰেছেই কিং! একক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে কংগ্ৰেছ



 কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। নিৰ্বাচন আয়োগে ২২৪খন আসনৰ অগ্ৰগতি প্ৰকাশ কৰিছে। শেহতীয়া ট্ৰেণ্ড অনুসৰি, কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভৰ দিশে গতি কৰিছে। কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় সংখ্যা ১১৩খন আসন অতিক্ৰম কৰিছে আৰু ১২৩টা সমষ্টিত আগবাঢ়ি আছে। বিজেপিয়ে ৭১খন আৰু জেডিএছে ২৪খন আসনত অগ্ৰগতি লাভ কৰি আছে। নিৰ্দলীয়ই ৬খন আসনত আগ্ৰগতি লাভ কৰি আছে।


Post a Comment

Previous Post Next Post