১৩ মে’ৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কিদৰে পাৰ হ’ব?

 


মেষ : সৌহাৰ্দমূলক মনোভাৱ লৈ কাম কৰক, কৰ্মক্ষেত্ৰত তেতিয়াহে সফলতা আহিব।

বৃষ : নতুন চাকৰিৰ বাবে আবেদন কৰাৰ বাবে দিনটো শুভ, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব।

মিথুন : হৃদয় আৰু যুক্তিৰ ভাৰসাম্য বৰ্তি থাকিব, নতুন কিবা শিকাৰ বাবে দিনটো শুভ।

কৰ্কট : সংবেদনশীল স্বভাৱ লৈ আনৰ ওচৰত থিয় হওক, ভৱিষ্যতে উপকৃত হ’ব।

কন্যা : দিনৰ ভাগত দাবীৰ সৈতে তাল মিলাই চলক, হাতৰ কাম সময়ত শেষ হৈ যাব।


তুলা : আনে আপোনাৰ কথা শুনিব, সেয়ে নেতৃত্ব দিয়াৰ বাবে প্ৰস্তুত থাকক।ধনু : প্ৰয়োজনৰ ভিত্তিত কামত সময় দিয়ক, মগজু শীতল কৰি ৰাখক।

মকৰ : মন–মগজু পৰিষ্কাৰ হৈ থাকিব, গতিকে সকলো কামত লগাই হাতৰ কাম শেষ কৰক।

Post a Comment

Previous Post Next Post