অবৈধভাৱে সন্তান তুলি লৈ নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ডাঃ সংগীতা দত্তক পুনৰ ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
আজি আৰক্ষী জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত তেওঁক আদালতত হাজিৰ কৰোৱা হৈছিল দত্তক। আদালতে পুনৰ ৩ দিনৰ বাবে আৰক্ষী জিম্মাত দিয়ে তেওঁক।উল্লেখ্য, পূৰ্বে ১০ দিনৰ আৰক্ষীৰ জিম্মাত আছিল বৰ্বৰ কাণ্ডৰ অভিযুক্ত সংগীতা দত্ত। ইতিমধ্যে তেওঁৰ চিকিৎসক স্বামী ৱালিউল ইছলামক প্ৰেৰণ কৰা হৈছে জে'ললৈ।
উল্লেখ্য, পূৰ্বে ১০ দিনৰ আৰক্ষীৰ জিম্মাত আছিল বৰ্বৰ কাণ্ডৰ অভিযুক্ত সংগীতা দত্ত। ইতিমধ্যে তেওঁৰ চিকিৎসক স্বামী ৱালিউল ইছলামক প্ৰেৰণ কৰা হৈছে জে'ললৈ।
