২ মে’ৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব?



 ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে, এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।

মেষ : সৃজনশীলতাই যাৱতীয় সফলতাৰ চাবিকাঠি, কেৱল ইয়াৰ বলতে সমস্যাৰ সমাধান হ’ব, লগতে আৰ্থিক লাভৰো সম্ভাৱনা আছে।


বৃষ : আপোনাৰ চিন্তা–ভাৱনাক কামত লগাই কোনোৱে নিজৰ উন্নতিৰ পথ প্ৰশস্ত কৰিব পাৰে, সেয়ে নিজৰ পৰিকল্পনা কাৰো সৈতে শ্বেয়াৰ নকৰিব।


মিথুন : সামান্য কোনো বিষয়ে পৰিয়াল বা কৰ্মক্ষেত্ৰত স্থিতাৱস্থা নষ্ট কৰিব পাৰে, এনে হ’লে তাৰ ওপৰত খুব গুৰুত্ব নিদিয়াৰ চেষ্টা কৰক।

কৰ্কট : নিজৰ ফালৰ পৰা উদ্যোগী হ’ব পাৰিলে সফলতা সকলোৰে আগত আপোনাৰ হাতত ধৰা দিব।


সিংহ : কুণ্ঠা পৰিহাৰ কৰাৰ দিন, আত্মবিশ্বাসে ভৰসা ৰাখি, মগজু শীতল ৰাখি কাম কৰি যাব পাৰিলে সকলো বিষয়তে সফলতাৰ সোৱাদ লাভ কৰিব।

কন্যা : ষষ্ঠেন্দ্ৰিয়ই জনাই দিব কি হ’বলৈ গৈ আছে, সেয়া মনত ৰাখি নিজৰ কথা কোৱাৰ দক্ষতাৰে আনক মুগ্ধ কৰি কাম সমাপন কৰক।


তুলা : নানা পৰিৱৰ্তনৰ মুখামুখি হ’ব পাৰে, আনৰ প্ৰভাৱ আঁতৰ কৰি যি পৰিৱৰ্তন নিজৰ বাবে মংগলজনক, সেয়াই বাচি লওক।বৃশ্চিক : মসৃন এটা দিন, নিৰ্বিঘ্নে দিনটো পাৰ হ’ব। অৰ্থযোগ আছে, কিন্তু যিমান ধন হাতলৈ নাহক কিয়, জানি–বুজি খৰচ নকৰিলে ভৱিষ্যতে সমস্যা বাঢ়িব।


ধনু : অতীত পাহৰি বৰ্তমান সম্পৰ্কত মন দিব লাগিব, অপৰিকল্পিত কোনো ভ্ৰমণৰ সুযোগে মন ভাল লগাই তুলিব পাৰে।


Post a Comment

Previous Post Next Post