ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীত এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।
মেষ : পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব। মনৰ মানুহৰ সৈতে দিনটো সুন্দৰভাৱে পাৰ হ’ব।
বৃষ : বিবাদত সোমাই পৰাৰ সম্ভাৱনা আছে। সেয়ে মগজু শীতল কৰি ৰাখক আজিৰ দিনটোত
মিথুন : দিনটোৰ আৰম্ভণি ক্লান্তিকৰ হ’লেও লাহে লাহে পৰিস্থিতি সহজ হৈ আহিব।
কৰ্কট : কাষৰ মানুহৰ সৈতে আজিৰ দিনটো ভালদৰে পাৰ হ’ব। সম্পৰ্ক মজবুত হ’ব।
সিংহ : সফলতাৰ খবৰ এতিয়াই নাপাব, তাৰ বাবে কিছু অপেক্ষা কৰিব লাগিব।
কন্যা : অলপ বেছি কষ্ট কৰিব লাগিব, কিন্তু সমস্যাৰ সমাধান হ’ব।
তুলা : কৰ্মক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ পূৰ্বে ভৱিষ্যতৰ কথা ভালদৰে চিন্তা কৰা উচিত।বৃষ্টিক : আৰ্থিক সমস্যা কিছু পৰিমাণে দূৰ হ’ব, প্ৰণয়ৰ সম্পৰ্কত আকৰ্ষণ বাঢ়িব।
ধনু : দিনটো কামৰ চাপ থাকিলেও সন্ধিয়া মনৰ মানুহৰ সৈতে সুন্দৰ সময় কটাব পাৰিব।
মকৰ : কৰ্মক্ষেত্ৰত সকলোৰে প্ৰশংসা লাভ কৰিব, সকলো সুন্দৰভাৱে চলিব আজিৰ দিনটো।
কুম্ভ : ভৱিষ্যতৰ লক্ষ্যত চূড়ান্ত সিদ্ধান্ত ল’বলগীয়া হ’ব পাৰে, যুক্তিৰ পৰা বিচলিত নহ’ব।
