বিহালীৰ বেদেতীত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজনৰ মৃত্যু হোৱাৰ বিপৰীতে এজন গুৰুতৰভাৱে আহত হৈছে। লখিমপুৰ দিশৰ পৰা বৰগাঙলৈ আহি থকা এ এছ ১২ ই ৫৫৬৪ নম্বৰৰ ৭০৯ নম্বৰৰ ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাতে লুটি খাই পৰাত সঞ্জীৱ গোৱালা নামৰ লোকজন থিতাতে মৃত্যুমুখত পৰে।
দুৰ্ঘটনাত ৰাজু কৰ্মকাৰ নামৰ লোকজন গুৰুতৰভাৱে আহত হয়। আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
Tags:
National
