দিছপুৰৰ মিনিষ্টাৰ কলনীৰ পৰা এজন লোকক অপহৰণৰ অভিযোগ। আৰক্ষীৰ পোছাকত অহা দুজন লোকে অপহৰণ কৰাৰ অভিযোগ লোকজনক। সাধাৰণ পোছাকতো আহিছিল ৪জন লোক। গাড়ীত উঠাই নিয়া লোকজনৰ নাম শান্তনু মহন ৰায় বুলি জানিব পৰা গৈছে। শান্তনু ৰায়ৰ ঘৰ ধুবুৰীত। মিনিষ্টাৰ কলনীত ইলেকট্ৰিচিটীৰ কাম কৰি আছিল শান্তনুৱে। সেই সময়তে লোকজনক গাড়ীত উঠাই লৈ যায়।
দিছপুৰৰ মিনিষ্টাৰ কলনীত চাঞ্চল্যকৰ ঘটনা, আৰক্ষীৰ পোছাকত অহা লোকে এজন লোকক অপহৰণ কৰাৰ অভিযোগ
byE News Assam Desk
•
0