১ মে’ৰ ৰাশিফল, চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো


 

ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে, এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।

মেষ : বিশেষ কোনো পৰিস্থিতিত সঁচা কথা কোৱাত সমস্যা হ’লেও ভৱিষ্যতৰ জটিলতা এৰাবলৈ সেয়া কৰিব লাগিব।

বৃষ : আনৰ প্ৰতি দয়াবোধ থকা ভাল, কিন্তু নৰম স্বভাৱৰ সুযোগ আনক দিয়াটো বন্ধ কৰিব লাগিব।



Post a Comment

Previous Post Next Post