কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত গঁড় উদ্ধাৰ, বন বিভাগে উদ্ধাৰ কৰিলে খড়্গ

 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত


মৃত গঁড় উদ্ধাৰ। কঁহাৰ ৰেঞ্জত উদ্ধাৰ কৰা হৈছে মৃত গঁড়টো। বন বিভাগৰ দলে প্ৰত্যক্ষ কৰে মৃত গঁড়টো। বয়স হোৱা বাবেই গঁড়টোৱে স্বাভাৱিক মৃত্যুক সাবটি লোৱা বুলি প্ৰকাশ কৰিছে বন বিভাগে। গঁড়টোৰ খড়্গটো উদ্ধাৰ কৰিছে বন বিভাগে।

Post a Comment

Previous Post Next Post