গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙত অঘটন, ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন শ্ৰমিক


 

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মাণ দলঙত অঘটন। কৰ্মৰত অৱস্থাতে নৌকাৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল এগৰাকী শ্ৰমিক।


বৰ্তমানলৈ নিৰুদ্দিষ্ট শ্ৰমিকজন ২২ বৰ্ষীয় শ্বাহৰুখ আলী বুলি জানিব পৰা গৈছে। আজি পুৱা প্ৰায় ১০ বাজি ৪৫ মিনিটত এই ঘটনা সংঘটিত হয়। ইতিমধ্যে SDRF আৰু ভৰলুমুখ আৰক্ষীয়ে চলাই আছে  উদ্ধাৰ অভিযান।


Post a Comment

Previous Post Next Post