বিজয়া দশমীত চিআৰপিএফৰ অস্ত্ৰপূজা। দেশৰ সুৰক্ষাত নিয়োজিত চিআৰপিএফৰ জোৱানসকলে আজি উলহ-মালহৰে উদযাপন কৰিলে বিজয়া দশমী।
নগাঁৱৰ কাটিমাৰীস্থিত চিআৰপিএফৰ ৩৪নং বেটেলিয়নৰ জোৱানসকলে নৱৰাত্ৰিৰ ব্ৰত পালন কৰাৰ লগতে বিজয়া দশমীত অনুষ্ঠিত কৰে অস্ত্ৰপূজা। বিজয়া দশমীৰ প্ৰতিমা বিসৰ্জনলৈ যোৱা চিআৰপিএফৰ জোৱানসকলে নাচি-বাগি উলাহ কৰাও দেখা গ'ল নগাঁৱত।
Tags:
National
