অতি সংকটজনক অৱস্থাত চিকিৎসাধীন বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা

 


গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা। ১১ অক্টোবৰৰ পৰা চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত চিকিৎসাধীন হৈ থকা সত্ৰাধিকাৰগৰাকী স্বাস্থ্যৰ অৱনতি ঘটে।


সম্প্ৰতি তেওঁক কৃত্ৰিমভাৱে অক্সিজেন প্ৰদান কৰি থকা হৈছে। দীৰ্ঘদিন ধৰি তেওঁ ক্ৰনিক লিভাৰ ডিজিচ ৰোগত আক্ৰান্ত হৈ আছিল। ইয়াৰ  পূৰ্বেও জিএমচিএইচত চিকিৎসাধীন হৈ আছিল  বশিষ্ঠ দেৱ শৰ্মা।

Post a Comment

Previous Post Next Post