কেদাৰনাথত হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জন লোক আছিল হেলিকপ্টাৰখনত



 উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা। কেদাৰনাথৰ পৰা ২ কিলোমিটাৰ নিলগৰ গৰুড়ীচট্টীত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে প্ৰশাসনৰ দল উদ্ধাৰকাৰ্যৰ বাবে উক্ত স্থানলৈ ৰাওনা হয়। গুপ্তকাশীৰ পৰা উৰা মাৰিছিল হেলিকপ্টাৰখনে। কেদাৰঘাটীৰ দিশে গৈ থকাৰ সময়তে গৰুড়চট্টীত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন।


কোৱা হৈছে যে হেলিকপ্টাৰখনত আছিল ৬জন লোক। এতিয়ালৈ কোনো আনুষ্ঠানিক তথ্য পোহৰলৈ অহা নাই।

Post a Comment

Previous Post Next Post