ধেমাজিৰ চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ড


 

শাৰদীয় দুৰ্গোৎসৱৰ উছাহৰ মাজতে শনিবাৰে নিশা ধেমাজিৰ চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ড।

নগৰখনৰ ষ্টেচন পথত থকা ৯খনকৈ দোকান ভস্মীভূত হয় অগ্নিকাণ্ডত। স্থানীয় লোক তথা এছ ডি আৰ এফৰ দলৰ চিলাপথাৰ, ধেমাজি, জোনাই আৰু ডিব্ৰুগড়ৰ পৰা সৰ্বমুঠ দহখন গাড়ীৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ সা–সম্পত্তি জুইত জাহ যায়।

Post a Comment

Previous Post Next Post