বাংলাদেশী যুৱকৰ সৈতে বিবাহকাৰ্য সম্পন্ন ডিব্ৰুগড়ত


 

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত বিবাহপাশত আবদ্ধ হ'ল আলফা নেতা অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাৰ কন্যা বন্যা বৰুৱাই। দুৰ্গাপূজাৰ সময়তে অনুপ চেতিয়া আৰু মণিকা বৰুৱাৰ কন্যা বন্যাৰ বিবাহকাৰ্য সম্পন্ন হয়।


Post a Comment

Previous Post Next Post