বহু লোকৰে সঠিক বয়সৰ পূৰ্বেই চুলি–দাঢ়ি পকে। বহুতৰে আকৌ কম বয়সতে বিভিন্ন কাৰণত পকে চুলি–দাঢ়ি।পকা চুলি উভালি পেলালে আৰু বেছি পকে। এই কথা আমি সকলোৱে শুনিছো, কিন্তু এয়া সঁচানে?
চিকিৎসকসকলে তেনেকৈ কোৱা নাই। তেওঁলোকৰ মতে এয়া একেবাৰে ভ্ৰান্ত ধাৰণা। কিন্তু সেই আনন্দতে যিমান ইচ্ছা পকা চুলি উভালি পেলাবও নালাগে বুলি মন্তব্য কৰে বিশেষজ্ঞসকলে।পকা চুলি উভালি নেপেলাবলৈ কোৱাৰ আছে যথেষ্ট যুক্তিসংগত কাৰণ।বিশেষজ্ঞৰ মতে, তুলিৰ বৃদ্ধিৰ পেটাৰ্ণ সলনি হয়। ফলত নতুনকৈ গজা চুলি আগতকৈ ৰুক্ষ হ’ব পাৰে। বহুক্ষেত্ৰত নতুন চুলি নগজিবও পাৰে। সেইবাবে পকা চুলি উভালিবলৈ বাধা দিয়া হয়।চুলিৰ বৃদ্ধিৰ পেটাৰ্ণ বা ধৰণ সলনি হয়। ফলত নতুনকৈ গজা চুলি আগতকৈ ৰুক্ষ হ’ব পাৰে।বহু সময়ত চুলি নগজিবও পাৰে। সেইবাবে পকা চুলি উভালিবলৈ বাধা দিয়া হয়।
Tags:
National