তিতাবৰত কৰুণ ঘটনা, ৰে’লৰ খুন্দাত নিহত দুটাকৈ বন্যহস্তী


 

তিতাবৰৰ খৰিকটীয়াত দ্ৰুতবেগী ৰে’লৰ খুন্দাত দুটাকৈ বন্যহস্তীৰ মৃত্যু। নিশা ১১ বজাত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হয় হাতী দুটা। দ্ৰুতবেগী ৰে’লখনে প্ৰায় ১০০ মিটাৰ চোঁচৰাই নিলে হাতীকেইটাক। বন বিভাগে আগতীয়াকৈ হাতীৰ খবৰ দিছিল ৰে’ল বিভাগক। কিন্তু ৰে’লৰ চালকে গতি গম নকৰাৰ অভিযোগ বন বিভাগৰ। যাৰ ফলত অতি কৰুণভাৱে মৃত্যু হয় দুটাকৈ হাতীৰ।

Post a Comment

Previous Post Next Post