নলবাৰী সদৰ আৰক্ষী থানালৈ অনা হ'ল ইতিপূৰ্বে ধৃত দুই জেহাদীক


 

নলবাৰী সদৰ আৰক্ষী থানালৈ অনা হ'ল ইতিপূৰ্বে ধৃত দুই জেহাদী আবু ৰেইহান আৰু হাবেল আলীক। কিছুদিন পূৰ্বে দুয়োকে ঘগ্ৰাপাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আল্লিয়াৰ পৰা। দুয়োকে দহ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছিল।


আনহাতে জেহাদীৰ প্ৰশিক্ষণপ্ৰাপ্ত তামুলপুৰত গ্ৰেপ্তাৰ হোৱা বৰপেটাৰ ছাদেক আলী আৰু জেকিবুল হুছেইনকো নলবাৰী সদৰ আৰক্ষী থানালৈ আনিব।

উল্লেখ্য যে এই জেহাদীকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মিয়া মিউজিয়ামৰ লগত জড়িত এই তিনিজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

কালি গ্ৰেপ্তাৰ হোৱা মিয়া পৰিষদৰ সভাপতি মহৰ আলী আৰু উপসভাপতি আব্দুল বাতেন আৰু ডিব্ৰুগড়ৰ তানু ধাদুমীয়াক পৃথকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post