অসমত আজি বৰষুণৰ প্ৰভাৱ; জানো আহক বতৰ বিজ্ঞানৰ বতৰা


 

অসমত আজি দিনটোত বৰষুণৰ প্ৰভাৱ দেখা গৈছে। অক্টোবৰ মাহৰ ৪ তাৰিখ অৰ্থাৎ নৱৰাত্ৰীৰ নবমীৰ দিনাৰ পৰা কিছু পৰিমাণে বৰষুণ দিছে যদিও ই গৰমৰ প্ৰভাৱ হ্ৰাস কৰিব পৰা নাই। বতৰ বিজ্ঞানীৰ মতে উত্তৰ-পূৱ ভাৰতত যথেষ্ট পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পূৱ ভাৰত আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰত স্থানীয়ভাৱে প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, উপ-হিমালয় পশ্চিম বংগ আৰু ছিকিমত বজ্ৰপাত হোৱাৰ লগতে বৰষুণ হোৱাৰ আশংকা আছে।

Post a Comment

Previous Post Next Post